as_obs-tn/content/06/06.md

3.0 KiB

দুজন পুত্ৰৰ পৰা

ইয়াৰ অৰ্থ হৈছে, “সেই দুই সন্তানৰ বংশৰ পৰা”

তেওঁলোক দুয়োটাৰে মাজত সংঘৰ্ষ হব

দুয়ো পুত্ৰ আৰু তেওঁলোকৰ পৰা হোৱা দুই জাতিৰ মাজৰ ক্ৰমাগতভাবে যুদ্ধ হৈ থাকিব৷ তুলনা কৰক 06:05.

ডাঙৰ লৰা

যদিও তেওঁলোক দুয়ো যঁজা আছিল, তথাপি যি সন্তান প্ৰথমে গৰ্ভৰ পৰা বাহিৰ হৈছিল তাকে ডাঙৰ বুলি গণ্য কৰা হল৷

কনিষ্ঠ জনৰ সেৱা কৰা

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “সৰু জনে কোৱাৰ দৰে ডাঙৰ জনে কৰিব লাগিব৷”

অনুবাদৰ শব্দ সমূহ

content/06/07.

ৰিবেকাৰ সন্তান জন্ম হয়৷

কিছুমান ভাষাত ইয়াক আৰু বিপৰীত ধৰণে কোৱা দেখা যায়, যেনে, “ৰিবেকাই সিহঁতক দেখাৰ সময়ত সিহঁতক তুলি ধৰিলে” বা “যেতিয়া ৰিবেকাই সিহঁতক পোহৰলৈ আনিলে৷”

ডাঙৰ লৰা....সৰু লৰা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “প্ৰথম সন্তানটি ওলাই আহিল.....দ্বিতীয় সন্তানটি ওলাই আহিল” এটা বিষয় নিশ্চিত কৰক যে “ডাঙৰ” আৰু “সৰু” এই দুয়োজন যে যঁজা হয় সেইকথা যেন প্ৰকাশ পায়৷

ৰঙা

ইয়াৰ অৰ্থ হৈছে যে চাল খন অতিশয় ৰঙচুৱা বা লৰা জনৰ গাৰ চুলিৰ ৰং ৰঙা আছিল৷

চুলিময়

এচৌৰ গাত বহুতো চুলি আছিল৷ আপুনি কব পাৰে যে, “ডাঙৰ লৰা জনৰ গাটো ৰঙচুৱা আৰু গাত অনেক চুলি আছিল৷”

বাইবেলৰ এটা কাহিনী লোৱা হৈছে

এই প্ৰসংগটো কিছুমান অনুবাদত অলপ বেলেগ হব পাৰে৷

অনুবাদৰ শব্দ সমূহ