as_obs-tn/content/06/04.md

1.1 KiB

প্ৰতিজ্ঞা সমূহ ... দি দিয়া হয়

ঈশ্বৰে অব্ৰাহমৰ লগত যি প্ৰতিজ্ঞা কৰিছিল সেয়া কেৱল তেওঁৰ সৈতে নাছিল, কিন্তু তেওঁৰ পিছত আহিব লগা সন্তান সকলৰো সৈতে আছিল৷

অগণন

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “বহু বেছি” “অগণন” বুলি যি শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াৰ অৰ্থ হৈছে যে তেওঁৰ পিছত আহিব লগা সেই সতি-সন্ততি সকল যাক মানুহে গণিব নোৱাৰিব৷

অনুবাদৰ শব্দ সমূহ