as_obs-tn/content/05/10.md

1.8 KiB

তোমাৰ পুত্ৰ

ইয়াৰ ভাঙনি 05:08 চাওঁক

আকাশৰ তৰা সমূহ

ইয়াৰ ভাঙনি 04:08 চাওঁক

পৃথিবীৰ গোটেই পৰিয়াল সমূহ

ইয়াত “পৰিয়াল” শব্দটোৱে পৃথিবীত মানুৰ এটা ডাঙৰ গোটক বুজাইছে, পিতৃ-মাতৃ আৰু সন্তানৰ সৈতে কোনো এটা পৰিয়ালক বুজোৱা হোৱা নাই৷

তোমাৰ পৰিয়ালৰ যোগেদি আশীৰ্ব্বাদ প্ৰাপ্ত হব

ইয়াত “পৰিয়াল” শব্দটোৱে অব্ৰাহমৰ বংশৰ লোক সকলক বুজোৱা হৈছে৷ পৃথিবীত আহিব লগীয়া লোক সমূহ অব্ৰাহমৰ বংশৰ লোক সকলৰ দ্বাৰাই আশীৰ্ব্বাদিত হব৷ আৰু ইয়াত পিছত ঈশ্বৰে মনোনীত কৰা অব্ৰাহমৰ বংশৰ দ্বাৰাই জন্ম লাভ কৰা মচীহৰ যোগেদি লোক সমূহ আশীৰ্ব্বাদিত হব৷

এই বাইবেল কাহিনীটো

এই প্ৰসংগবোৰ কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাব৷

অনুবাদৰ শব্দ সমূহ