as_obs-tn/content/05/08.md

1.9 KiB

সন্তানক বধ কৰা

ঈশ্বৰে মানুহ বলি বিচৰা নাছিলে৷ পাছে ঈশ্বৰে জানিবলৈ বিচাৰিছিল যে আব্ৰাহামে তেওঁৰ নিজৰ পুত্ৰক অধিক প্ৰেম কৰে নে তেওঁক কিন্তু আব্ৰাহামে নিজৰ সন্তানতকৈ ঈশ্বৰক অধিক প্ৰেম কৰে৷

ৰবা! লৰাক আঘাত নকৰিবা!

ঈশ্বৰে ইচাহাকক ৰক্ষা কৰিলে আৰু আব্ৰাহামক তেওঁক বধ কৰাৰ পৰা ৰখালে৷

তুমি মোক ভয় কৰা

আব্ৰাহামে ঈশ্বৰলৈ ভয় কৰিলে, য’ত ঈশ্বৰৰ প্ৰৰ্তি সন্মান আৰু ভয় আছে আৰু সেইবোৰৰ বাবে, তেওঁ ঈশ্বৰৰ বাধ্য হয়৷

তোমাৰ এক মাত্ৰ সন্তান

ইচমাইলো আব্ৰাহমৰ পুত্ৰ আছিল, কিন্তু ইচাহাক আব্ৰাহাম আৰু চাৰাৰ এক মাত্ৰ পুত্ৰ আছিল৷ ঈশ্বৰে তেওঁৰ নিয়ম ইচাহাকৰ লগত স্থাপন কৰিছিল আৰু ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ইচাহাকৰ দ্বাৰাই কৰাৰ পৰিকল্পনা কৰিছিল৷

অনুবাদৰ শব্দ সমূহ