as_obs-tn/content/05/07.md

1.6 KiB

বলি উৎস্বৰ্গ কৰা স্থানলৈকে খোজ কাঢ়ি গ’ল

ঈশ্বৰে আব্ৰাহামক তেওঁ থকা ঠাইৰ পৰা তিনি দিনৰ যাত্ৰাৰ দুৰত্বৰ এটা বিশেষ পৰ্ব্বতত বলি দিবলৈ কৈছিল৷

বলিৰ বাবে খৰি

বলিৰ বাবে সাধাৰণতে এটা মেৰ পোৱালী বলি দিয়া হৈছিল আৰু তাক খৰিৰ ওপৰত ৰখা হৈছিল যাতে সেই খৰি আৰু মেৰ পোৱালী দুয়োকো জুইৰে পুৰা যায়।

মেৰ পোৱালী

এটা মেৰ বা ছাগলী সাধাৰণেত বলি দিবৰ বাবে নিৰ্বাচন কৰা হয়৷

যোগালে

ইচাহাকক আব্ৰাহমে ঈশ্বৰে যোগাই দিয়া “মেৰ” বুলি ভাবিব পাৰে, পাছে ঈশ্বৰে আব্ৰাহামৰ বলিৰ বাবে এটা ছাগলি যোগাই দিলে যাতে তেওঁ ইচাহাকৰ সলনি তাক বলি দিব পাৰে৷

অনুবাদৰ শব্দ সমূহ