as_obs-tn/content/05/04.md

1.8 KiB

ঈশ্বৰে আব্ৰামৰ সৈতে অবিৰতভাবে কথা কৈছিল।

প্ৰতিজ্ঞাৰ পুত্ৰ

চাৰী আৰু আব্ৰামৰ ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ পুত্ৰ ইচাহাক হব৷ ঈশ্বৰে আব্ৰামক বহু বংশ দিম বুলি কোৱা পুত্ৰও হব৷

মই তোমাৰে সৈতে মোৰ নিয়ম স্থাপন কৰিম

এইয়া ঈশ্বৰে আব্ৰামৰ সৈতে কৰা সেই একে নিয়ম হব৷

বহুতৰ আদিপিতৃ

ঈশ্বৰে যি দৰে প্ৰতিজ্ঞা কৰিছিল, অব্ৰাহম বহু লোকৰ আদি পিতৃ হব, যি এক মহান জাতিও হব৷

ৰাজকুমাৰী সকল

ৰাজকুমাৰী হৈছে ৰজাৰ জীয়েক৷ চাৰী আৰু চাৰা এই দুয়ো নামৰ অৰ্থ “ৰাজকুমাৰী৷” কিন্তু ঈশ্বৰে তেওঁৰ নাম সলনি কৰি তেওঁক বহু জাতিৰ মাতৃ হিচাপে চিহ্নিত কৰিলে, আৰু তেওঁৰ বংশৰ কিছুমানে ৰজা হব৷

অনুবাদৰ শব্দ সমূহ