as_obs-tn/content/05/03.md

1.5 KiB

বহু জাতিৰ পিতৃ

অব্ৰামৰ যদি অনেক সন্তান হল হেতেন, তেনেহলে তেওঁলোকৰ নিজা ভূমি আৰু শাসনকৰ্তা থাকিলে হেতেন, তেওঁলোকে আৰু আন সকলেও আব্ৰাম যে তেওঁলোকৰ আদি পিতৃ সেই কথা সোঁৱৰণ কৰি তেওঁক সন্মান জনালে হেতেন৷

মই তেওঁলোকৰ ঈশ্বৰ হ’ম

ইয়াক এনে ধৰনেও কব পাৰি, “তেওঁলোকে আৰাধনা কৰা ঈশ্বৰ মই হ’ম৷”

তোমালোকৰ পৰিয়ালৰ প্ৰতিজন পুৰুষে

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “তোমালোকৰ পৰিয়ালৰ প্ৰতিজন লৰা সন্তান আৰু পুৰুষে৷” ইয়াৰ লগত আব্ৰামৰ দাস আৰু তেওঁৰ পৰিয়ালৰ লোক সমূহও অন্তৰ্ভূক্ত

অনুবাদৰ শব্দ সমূহ