as_obs-tn/content/05/02.md

828 B

বিবাহিত

হাগাৰ অব্ৰাহমৰ উপপত্নী হল কিন্তু দ্বিতীয় ভাৰ্যা হোৱাৰ মৰ্যদা লাভ নকৰিলে৷ হাগাৰ তেতিয়াও চাৰীৰ দাসী হৈ থাকিল৷

হাগাৰৰ ওপৰত ঈৰ্ষা জন্মিল

হাগাৰৰ সন্তান দিব পৰাৰ ক্ষমতা থকাৰ বাবে চাৰীৰ হাগাৰৰ প্ৰতি ঈৰ্ষা জন্মিল৷

অনুবাদৰ শব্দ সমূহ