as_obs-tn/content/05/01.md

1.4 KiB

এতিয়াও কোনো সন্তান হোৱা নাছিল

সন্তানৰ অবিহনে, তেওঁৰ বংশৰ দ্বাৰাই এটা মহান জাতিৰ উৎপন্ন হোৱাটো অসম্ভৱ

তেওঁকো বিয়া পাতিছিল

অব্ৰাহমে হাগাৰক তেওঁৰ দ্বিতীয় পত্নী হিচাপে গ্ৰহণ কৰিছিল, কিন্তু হাগাৰ চাৰীৰ দৰে তেওঁৰ সম্পূৰ্ণ ভাৰ্যাৰ মৰ্যদা লাভ কৰা নাছিল৷ তেওঁ তেতিয়াও চাৰীৰ দাস হিচাপে আছিল৷

মোৰ বাবে এটা সন্তান দিয়া

যিহেতু তেতিয়াও হাগাৰ চাৰীৰ দাসী আছিল, যাৰ বাবে হাগাৰে জন্ম দিয়া যি কোনো সন্তানৰ তেওঁ মাতৃ হবলৈ চিন্তা কৰিছিল৷

অনুবাদৰ শব্দ সমূহ