as_obs-tn/content/04/08.md

924 B

বহু বছৰৰ পিছত

অব্ৰাহমৰ এটি পুত্ৰ সন্তান হব বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰা বহু বছৰ পাৰ হৈ যায়

আকাশৰ তৰাৰ দৰে

ইয়াৰ দ্বাৰাই বুজাব বিচাৰ হৈছে যে অব্ৰাহমৰ পৰা যি বংশ উৎপন্ন হব সেয়া কোনোৱে হিচাব কৰিব নোৱাৰৰ দৰে সংখ্যাত হব৷

অনুবাদৰ শব্দ সমূহ