as_obs-tn/content/04/07.md

1.2 KiB

মলখিচেদক

মলখিচেদকে কনানত ঈশ্বৰৰ উদ্দেশ্যে সকলো ধৰণৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ দায়িত্ব লাভ কৰিলে৷

সৰ্ব শক্তিমান ঈশ্বৰ

কনানৰ মানুহ বিলাক বহুতো মিছা দেৱতাৰ আৰাধনা কৰি আহিছিল৷ “সৰ্ব শক্তিমান ঈশ্বৰ” বুলা যি উপাধি, ইয়াৰ দ্বাৰাই মলখিচেদকে আৰাধনা কৰা ঈশ্বৰে যে সেই দেৱতাবোৰতকৈ বহু উচ্চ তাক বুজাবলৈ চেষ্টা কৰা হৈছে, আৰু সেই জন ঈশ্বৰক অব্ৰাহমে আৰাধনা কৰিছিল৷

অনুবাদৰ শব্দ সমূহ