as_obs-tn/content/04/05.md

1.3 KiB

তেওঁ ললে

কোনো কোনো ভাষাত কোৱা হৈছে, “তেওঁ আনিলে” ইয়ালৈ৷ আন ভাষাত ইয়াক, “তেওঁ নিজ ভাৰ্যাক নিজৰ লগত আহিবৰ বাবে সৈমান কৰালে” আৰু “তেওঁ নিজৰ লগত আটাই সম্পতি আৰু দাস সমূহক আনিলে৷”

ঈশ্বৰে তেওঁক দেখা দিলে

অব্ৰাহম কলৈ যাব লাগিব সেই বিষয়ে ঈশ্বৰে তেওঁক দেখুৱালে৷ ঈশ্বৰে কি দৰে তেওঁক দেখুৱালে সেই কথা ইয়াত উল্লেখ কৰা হোৱা নাই৷

কনান নগৰ

সেই ঠাইৰ নাম “কনান” আছিলে৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “কনান বুলা ঠাই খনি৷”

অনুবাদৰ শব্দ সমূহ