as_obs-tn/content/04/04.md

2.6 KiB

বহু শ বছৰৰ পিছত

ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি, “বাবিলত ভাষা ভেদ হোৱাৰ পিছৰ বহু শ বছৰৰ পিছত৷” বা, “সেয়া হোৱা বহু সময়ৰ পিছত৷”

তোমালোকৰ দেশ ত্যাগ কৰা

অব্ৰাহমৰ জন্ম স্থান ও ডাঙৰ দীঘল হোৱা স্থান (মধ্য এচিয়াৰ “উৰ”)ক বুজাইছে৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “আপোন স্থান” বা “গৃহ ভূমি” বা এনে কোনো শব্দ ব্যৱহাৰ কৰক৷

আৰু পৰিয়াল

ঈশ্বৰে অব্ৰাহমক তেওঁৰ পৰিয়ালৰ প্ৰায় বিলাকক ত্যাগ কৰি যাবৰ বাবে কৈ আছিল, কিন্তু তেওঁৰ দায়িত্বত থকা লোক, তেওঁৰ ভাৰ্যা আৰু আন সকলক ত্যাগ কৰি যাবৰ বাবে কোৱা নাছিল৷

তোমাক পৰা এক মহান জাতি কৰিম

ঈশ্বৰে অব্ৰাহমৰ পৰা অনেক বংশ উৎপন্ন কৰিব আৰু তেওঁলোকক একো একো খন বৃহৎ দেশ বা জাতি হিচাপে প্ৰখ্যাত হব৷

তোমাৰ নাম মহান কৰা হব

ইয়াৰ অৰ্থ হৈছে অব্ৰাহম আৰু তেওঁৰ পৰিয়ালৰ নাম গোটেই পৃথিবীতে জনা-জাত হব আৰু মানুহ বিলাকে তেওঁবিলাকক সকলোকে চিনি পাব৷

পৃথিবীৰ গোটেই পৰিয়াল সমূহে

অব্ৰাহমে ঈশ্বৰক অনুকৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তই কেৱল তেওঁৰ পৰিয়ালটোকে প্ৰভাম্বিত কৰিছে এনে নহয় কিন্তু পৃথিবীৰ গোটেই মানুহ জাতিকে প্ৰভাম্বিত কৰিছে৷

অনুবাদৰ শব্দ সমূহ