as_obs-tn/content/04/03.md

1.9 KiB

তেওঁলোকৰ ভাষা সলনি কৰিলে

তৎক্ষণাত, ঈশ্বৰে আচৰিত ধৰণে তেওঁলোকৰ ভাষা সমূহ বেলেগ বেলেগ কৰিলে আৰু তেওঁলোকে তেতিয়াই ইজনে সিজনৰ ভাষা বুজিব নোৱাৰা হয়৷

বিভিন্ন ধৰণৰ ভাষা

একেটা দলতে একে ভাষাৰ লোকৰ সলনি বেলেগ বেলেগ ভাষাৰ সৰু সৰু গোটৰ লোক হল আৰু সকলো গোটে বেলেগ বেলেগ ভাষাৰে কথা কবলৈ ধৰিলে৷

মানুহ সিঁচৰিত হল

যেতিয়া ঈশ্বৰে তেওঁলোকৰ ভাষা সলনি কৰিলে, ইয়াৰ কাৰণে লোসকমূহৰ গোট পৃথিবীৰ বিভিন্ন ঠাইলৈ সিঁচৰিত হল আৰু প্ৰতিটো সমূহে নিজৰ নিজৰ অঞ্চললৈ গল৷

বাবিল

আমি এই নগৰৰ অবস্থান নিশ্চিতভাবে নাজানো, অনুমানিকভাবে ই মধ্য প্ৰাচ্যৰ কোনো অংশত অৱস্থিত আছিল বুলি জানিব পাৰি৷

বিভ্ৰান্ত হয়

ই মানুহ কেনেকৈ বিভ্ৰান্ত হয় বা যেতিয়া তেওঁলোকৰ ভাষা ঈশ্বৰে বুজিব নোৱাৰা কৰিলে তেতিয়া পৰস্পৰে ভাষা নুবুজি “বিভ্ৰান্ত হল”

অনুবাদৰ শব্দ সমূহ