as_obs-tn/content/04/01.md

1020 B

বানপানীৰ হোৱাৰ বহু বছৰৰ পিছত

বানপানী শেষ হোৱাৰ বহু প্ৰজন্মৰ পাছত

পুনৰায় বহুতো লোকে

নোহৰ পৰিয়াল বৃদ্ধি পায় পায় গোটেই নগৰ পৰিপূৰ্ণ হল৷

একে ভাষা

ইয়াৰ অৰ্থ হৈছে তাত কেৱল এটাহে ভাষা আছিল, গতিকে সকলোৱে ইজনে সিজনক বুজি পাইছিল৷

এখন নগৰ

ইয়াত ‘নগৰ’ বুলি কওঁতে সচৰাচৰ ব্যৱহাৰ কৰা শব্দৰ ব্যৱহাৰ কৰিব লাগে কিয়নো কোনো নিৰ্দষ্ট নগৰৰ নাম ইয়াত উল্লেখ কৰা হোৱা নাই৷

অনুবাদৰ শব্দ সমূহ