as_obs-tn/content/03/15.md

1.4 KiB

আৰু কেতিয়া নহয়

ইয়াৰ অৰ্থ, “আকৌ নহয়” বা “কোনো কালে নহয়” বা “সঁচাকৈয়ে কেতিয়াও নহয়৷” উদাহৰণঃ “মই কেতিয়াও ভূমি আৰু অভিশপ্ত নকৰিম” বা “মই ভূমি আৰু কোনো কালে অভিশপ্ত নকৰিম” বা “মই প্ৰকৃতাৰ্থত ভূমি আৰু কেতিয়াও অভিশাপ নিদিম৷”

ভূমি অভিশাপ দিয়া

পৃথিবী আৰু ইয়াৰ আন আন সৃষ্টি সমূহে মানুহে কৰা পৰা বাবে ভুগিব লগা হল৷

পৃথিবী

ইয়াৰ দ্বাৰাই পৃথিবী আৰু ইয়াৰ সকলো সৃষ্টি বস্তুক বুজোৱা হৈছে৷

সৰু কালৰে পৰা মানুহ পাপী

ইয়াক আন কথাত কবলৈ হলে, “মানুহে গোটেই জীৱন পাপময় কাৰ্য্য কৰে ”

অনুবাদৰ শব্দ সমূহ