as_obs-tn/content/03/13.md

1.3 KiB

দুমাহৰ পিছত

ইয়াৰ অৰ্থ হল নোহে কপৌ চৰাইটো জাহাজাৰ পৰা উলিয়াই পঠোৱাৰ দুমাহৰ পিছত৷ যদি বাক্যশাৰী স্পষ্ট নহয় তেনে হলে বহলাই লিখাৰ প্ৰয়োজন হব পাৰে৷

বহুতো সন্তান জন্ম হল

এইটো ঈশ্বৰৰ আজ্ঞা আৰু ইচ্ছা হয় তাক স্পষ্টকৈ প্ৰকাশ কৰিবৰ বাবে আপুনি কব পাৰে, “তোমালোকৰ বহুতো সতি-সন্তান হওঁক” বা “মই তোমালোকৰ অধিক সন্তান জন্ম হোৱাতো বিচাৰো৷”

পৃথিবী খন পূৰ কৰা

যদি এইটো স্পষ্ট নহয়, এই দৰে কোৱাৰ প্ৰয়োজন হব পাৰে যে, “মানুহেৰে পৃথিবী খন পৰিপূৰ্ণ হওঁক” বা “যাতে পৃথিবীত বহু লোকে বসবাস কৰক৷”

অনু্বাদৰ শব্দ সমূহ