as_obs-tn/content/03/12.md

580 B

আৰু এসপ্তাহ অপেক্ষা কৰিলে

আপুনি কব পাৰে যে, “আৰু সাত দিন অপেক্ষা কৰিলে৷” “অপেক্ষা” শব্দটিৰ দ্বাৰাই বুজিব পাৰি যে নোহে কপৌ চৰাইটি বাহিৰলৈ পঠোৱাৰ আগেয়ে পানী শুকাই যাবলৈ অপেক্ষা কৰিলে ৷

অনুবাদৰ শব্দ সমূহ