as_obs-tn/content/03/11.md

1.2 KiB

কপৌ চৰাই

এটা বগা বা ধোৱা বৰণীয়া চৰাই যিয়ে গুটি বা ফল খায়৷

জিত বৃক্ষৰ ডাল

জিত বৃক্ষৰ ফলৰ ৰসৰ পৰা তেল উলিওৱা হয় যাক মানুহে আহৰ প্ৰস্তুত কৰিবৰ বাবে বা নিজৰ দেহত লগাবৰ বাবে ব্যৱহাৰ কৰে৷ আপোনাৰ ভাষাত যদি জিত বৃক্ষৰ বাবে কোনো শব্দ নাই তেনে হলে এই দৰে অনুবাদ কৰিব, “অলিভ গছৰ ডাল” বা “তেল উলিওৱা এবিধ গছৰ ডাল৷”

পানী তললৈ যাবলৈ ধৰিলে

আপোনাৰ ভাষাত এই বাক্যশাৰী আধিক শুৱলা শুনিবৰ বাবে এই দৰে অনুবাদ কৰক “ পানী কমি আহিব ধৰিলে” বা “পানীৰ স্তৰ তললৈ নামি আহিব ধৰিলে৷”

অনুবাদৰ শব্দ