as_obs-tn/content/03/09.md

1.5 KiB

বৰষুন বন্ধ হ’ল

এই অংশটো এনে ধৰনে অনুবাদ কৰিব পাৰি, “বৰষুন দিবলৈ বন্ধ হয়”

জাহাজ খন ৰখিলে

তাত ইমানেই পানী গোট খাইছিল যে পাহৰৰ মূৰলৈকে ঢাকি পেলাইছিল৷ জাহজ খন পাহাৰৰ ওপৰেদি গৈছিল, আৰু যেতিয়া পানী কমি আহিবলৈ ধৰিলে, তেতিয়া জাহাজ খনো তললৈ নামি আহিল আৰু এখন পাহাৰত ৰৈ গ’ল৷

আৰু তিনি মাহ পাৰ হৈ যায়

আৰু তিনি মাহলৈকে, পানী লাহে লাহে তললৈ যাবলৈ ধৰিলে৷

পাহাৰ সমূহ দেখিবলৈ পোৱা গল

আন ধৰণে অনুবাদ কৰিবলৈ হল, “দৃশ্যমান হল” বা “ওলাল” বা “দেখা পোৱা গ’ল৷” এনে দৰে কলে অধিক স্পষ্ট হব যে, “তিনিমাহৰ পিছত, পানী তললৈ আহিবলৈ ধৰিলে আৰু যাৰ বাবে নোহ আৰু তেওঁৰ পৰিয়ালে পাহাৰৰ মূৰ সমূহ স্পষ্টতকৈ দেখা পালে৷”