as_obs-tn/content/03/07.md

933 B

বৰষুন, আৰু বৰষুন আৰু বৰষুন

অস্বাভাৱিক আৰু অধিক পৰিমানৰ বৰষুন দিয়াৰ বিষয়টো বুজাব বিচৰা হৈছে৷ আন আন ভাষা সমূহত এই অৰ্থ প্ৰকাশ কৰিবৰ বাবে আন শব্দ ব্যৱহাৰ কৰিব পাৰে৷

বৃহৎ পৰিমানৰ

ইয়াৰ দ্বাৰাই এক ডাঙৰ পৰিমানৰ পান বাহিৰলৈ ওলাই অহা কথাটো বুজাব বিচৰা হৈছে৷

গোটেই পৃথিবী বুৰাই পেলালে

ইয়াৰ যোগেদি গোটেই পৃথিবী খনক পানীৰে বুৰাই পেলোৱা কথাটো বুজাব বিচৰা হৈছে৷