as_obs-tn/content/03/06.md

1.2 KiB

ঈশ্বৰে পঠিয়ালে

নোহে জীৱ-জন্তু বিলাক বিচাৰিব লগা নহল৷ ঈশ্বৰে সেই সকলোকে পঠিয়ালে৷

বলিৰ বাবে ব্যৱহাৰ কৰিলে

কোনো কোনো ভাষাত অনুবাদ কৰোতে এই দৰে কলে উপযোগী হব, “ঈশ্বৰৰ উদ্দেশ্যে বলিৰ বাবে গ্ৰহণীয় জন্তু সমূহ৷” মানুহে যাতে ঈশ্বৰৰ উদ্দেশ্যে জন্তু বলি দিয়ে এইয়ে ঈশ্বৰৰ ইচ্ছা, কিন্তু এক বিশেষ ধৰণৰ জন্তুকহে তেওঁ বলি দিবৰ বাবে অনুমতি দিয়ে৷

ঈশ্বৰে নিজে দুৱাৰ বন্ধ কৰিলে

ইয়াত ঈশ্বৰে যে দুৱাৰ খন বন্ধ কৰিলে তাক বুজাব বিচৰা হৈছে৷

অনুবাদৰ শব্দ সমূহ