as_obs-tn/content/03/01.md

1.6 KiB

বহু সময়ৰ পিছত

এই কাহিনীটো সৃষ্টিৰ বহু শ বছৰৰ পিছত ঘটা এটি কাহিনী হয়৷

অতি দুষ্ট আৰু ভয়ানক

সহজ ভাবে কবলৈ হলে, “অতি দুষ্ট হল আৰু বেয়া কাৰ্য সমূহ সংঘটিত হল৷”

ই অতিশয় বেয়া হল

স্পষ্ট ভাষাত এই দৰে কলে ভাল হব, “লোকসকলে এনে বেয়া আৰু অনিষ্টকাৰী হল, যে ঈশ্বৰ৷”

ঈশ্বৰে ধংস কৰাৰ সিদ্ধান্ত ললে

ইয়াৰ অৰ্থ এইয়ে নহয় যে পৃথীবি খন সম্পূৰ্ণ ৰূপে ধংস হৈ যাব৷ কিন্তু ঈশ্বৰে সেই অনিষ্টকাৰী আৰু দুষ্ট লোক সকলক ধংস কৰিব যি বিলাক তেওঁৰ বিৰুদ্ধী হৈছিল৷ এই বানপানীয়ে ভূমিৰ সকলো জীৱ-জন্তু আৰু চৰাইক বধ কৰিব৷

ডাঙৰ বানপানী

এনে গভীৰ পানী আহিব যিয়ে গোটেই পৃথিবীক তল যোৱাব, আনকি শুকান ভূমি আৰু ওখ ওখ পৰ্বত সমূহও তল যাব৷

অনুবাদৰ শব্দ সমূহ