as_obs-tn/content/02/12.md

1.7 KiB

আমাৰ দৰে ভাল বেয়া জ্ঞান থকা

ইয়াৰ দ্বাৰাই আদম আৰু হৱা বেলেগ প্ৰকাৰে ঈশ্বৰৰ দৰে হোৱা কথাটো বুজায়৷ যিহেতু তেওঁবিলাকে পাপ কৰিলে, তেওঁবিলাক পাপৰ প্ৰতি সচেতন হল আৰু ইয়াৰ অভিজ্ঞতা লাভ কৰিব পাৰে৷ আপুনি কব পাৰে, “এতিয়া যিহেতু তেওঁবিলাকে ভাল বেয়া দুয়োতাই জানিলে৷”

ফল

এই বিশেষ ফলটোৰ বিষয়ে জনা নাযায়, গতিকে সাধাৰণ ফল হিচাপে অনুবাদ কৰিব লাগে৷

জীৱন বৃক্ষ

এইয়া সঁচা ফল থকা এবিধ গছ৷ চাওঁক 01:11৷ যদি কোনোৱে এই গছৰ ফল খায় তেনে হলে তেওঁ কেতিয়াও নমৰিব আৰু চিৰদিনৰ বাবে জীয়াই থাকিব৷

এটি বাইবেল কাহিনী পৰা

এই উদাহৰণ সমূহ বাইবেল অনুবাদ অনুসৰি ভিন্ন ভিন্ন হব পাৰে৷

অনুবাদৰ শব্দ সমূহ