as_obs-tn/content/02/11.md

2.1 KiB

ভূমি অভিশাপ্ত হল

আদমৰ অবাধ্যতৰ শাস্তি হিচাপে, পৃথিবীৰ পৰা সেই সাৰুৱা ভাব নাইকীয়া হয়৷ আদমে আহাৰ লাভ কৰিবৰ বাবে অধিক শাৰীৰিক কষ্ট কৰাৰ প্ৰয়োজন হব৷

তুমি মৰিবা

তেওঁবিলাক অবাধ্যতাৰ শাস্তি আছিল মৃত্যু৷ আত্মিক মৃত্যুৰ অৰ্থ হৈছে ঈশ্বৰৰ পৰা পৃথক হোৱা৷ শাৰীৰিক মৃত্যু হৈছে আমি আমাৰ শৰীৰৰ পৰা পৃথক হোৱা৷

মাটিলৈ উলটি যাব

ঈশ্বৰে আদমক মাটিৰ পৰা নিৰ্মাণ কৰি প্ৰাণ প্ৰদান কৰিছিল৷ পাপৰ পৰিনাম স্বৰূপে, তেওঁৰ জীৱন তেওঁৰ পৰা লোৱা হল আৰু তেওঁৰ শৰীৰটো মাটিৰ লগত বিলিন হৈ যাব৷

হবা, যাৰ অৰ্থ “জীৱন দিওঁতা”

ঈশ্বৰে আদম আৰু হৱাক জীৱন দিলে, আৰু সন্তান জন্ম দিয়াৰ দ্বাৰা ই সেই জীৱন সকলোলৈ বিয়পি পৰিল৷

সকলো লোকৰে মাতৃ

ইয়াৰ অৰ্থ হৈছে তেওঁ সমগ্ৰ মানৱ জাতিৰ নাৰী পূৰ্ব্বপূৰুষ৷ কোনো কোনো ভাষাত কোৱা হৈছে, “তেওঁ সকলো মানুহৰে আইতাক”

অনুবাদৰ শব্দ সমূহ