as_obs-tn/content/02/09.md

1.4 KiB

তুমি অভিশপ্ত হৈছা

ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মই তোমাক অভিশাপ দিওঁ” বা “তোমালৈ অতি ডাঙৰ বিপৰ্য়্য আহিব৷” আচৰিত কাৰ্য্য হোৱা বা তেনে ধৰণৰ অৰ্থৎ ব্যৱহাৰ হোৱা শব্দ ব্যৱহাৰ নকৰিব৷

ইজনে সিজনক ঘিণ কৰিব

তিৰোতাই সাপক ঘিণ কৰিব আৰু সাপে তিৰোতাক ঘিন কৰিব৷ লগতে তিৰোতাই বংশই সাপক ঘিন কৰিব আৰু লগতে সাপৰ বংশই তিৰোতাক ঘিন কৰিব৷

তিৰোতাৰ বংশ

ইয়াৰ দ্বাৰাই তাইৰ এক নিৰ্দিষ্ট বংশৰ কথা কোৱা হৈছে৷

মূৰ গুৰি কৰিব

তিৰোতাৰ বংশই সাপৰ বংশক ধংস কৰিব৷

গেৰুৱা গুৰি কৰিব

সাপৰ বংশই তিৰোতাৰ বংশক আঘাট কৰিব৷

অনুবাদৰ শব্দ সমূহ