as_obs-tn/content/02/07.md

1.1 KiB

ঈশ্বৰ খোজ কাঢ়িছিল

এনে ধৰণা হয় যে ঈশ্বৰে প্ৰতিদিনে বাগিছালৈ আহিছিল আৰু সেই পুৰুষ আৰু তিৰোতাৰ সৈতে খোজ কাঢ়িছিল৷ এই দৃশ্য কেনে হব পাৰে তাক আমি কব নোৱাৰো৷ যদিহে সম্ভৱ হয়, এজন ব্যক্তি খোজ কঢ়াৰ বাবে ব্যৱহাৰ কৰা একে শব্দকে ইয়াত ব্যৱহাৰ কৰিব লাগে৷

তোমালোক ক’ত আছা?

এই প্ৰশ্নৰ উত্তৰ ঈশ্বৰে ইতিমধ্যেই জানে৷ এই প্ৰশ্ন সোধাৰ দ্বাৰাই ঈশ্বৰে মানুহক তেওঁবিলাকে লুকাই থকাৰ কাৰণ বাখ্যা কৰিবৰ বাবে বাধ্য কৰে৷

অনুবাদৰ শব্দ সমূহ