as_obs-tn/content/02/05.md

820 B

জ্ঞানী

সৰ্প যি দৰে ভিতৰুৱা জ্ঞান আছিল তিৰোতাও তেনে দৰে জ্ঞান পাবৰ বাবে ইচ্ছুক হৈছিল, আৰু ঈশ্বৰৰ দৰে হব বিচাৰিছিল৷

তাইৰ লগত কোন আছিল

এইটো এটা গুৰুত্ব পূৰ্ণ জাননী কিয়নো ইয়াৰ দ্বাৰাই জানিব পৰা যায় যে তিৰোতাই যেতিয়া সেই ফল খাবৰ বাবে সিদ্ধান্ত লৈছিল তেতিয়া পুৰুষ তেওঁৰ কাষত আছিল৷

অনুবাদৰ শব্দ সমূহ