as_obs-tn/content/02/03.md

1.5 KiB

ফল

এইয়া কেনে ধৰণৰ ফল আছিল তাক আমি নাজানো৷ আমি কেৱল জানো যে এইয়া সেই গছজোপাত উৎপন্ন হয়৷ যদি সম্ভব হয় ইয়াত ফলৰ বাবে এটা সাধাৰণ শব্দ ব্যৱহাৰ কৰা সকলোতকৈ ভাল, আৰু এটা নির্দিষ্ট ধৰণৰ ফলৰ বাবে এটা শব্দ নহয়।

ভাল বেয়া জ্ঞান দিওঁতা গছ

তিৰোতাই নিশ্চয়কৈ জানিছিল যে ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল খোৱাত তেওঁবিলাকৰ অনুমোদন নাছিল।

তুমি মৰিবা

মৃত্যুৰ বাবে সধাৰণতে শাৰিৰীক ভাবে মৰা অৰ্থত ব্যৱহাৰ কৰা শব্দ ব্যৱহাৰ কৰক৷ এজন ব্যক্তিৰ শাৰীৰিক জীবন শেষ হয়। মৃত্যুৰ ভাৱনাটো বৰ কঠিন হোৱাৰ বাবে প্ৰসংগটো এৰি নাযাব।

অনুবাদৰ শব্দ সমূহ