as_obs-tn/content/02/01.md

1.5 KiB

বাগিছা

ঈশ্বৰে আদাম আৰু হৱাৰ বাবে বিভিন্ন বিধৰ গছ-গছনিৰে পৰিপূৰ্ণ এক বিশেষ স্থান, যিবোৰ খাই তাৰ পৰা তেওঁবিলাকে আনন্দ উপভোগ কৰিছিল। ইয়াত ব্যৱহাৰ কৰা শব্দ সমূহ 01:11 দৰে একে হব লাগে৷ তাত কেনেকৈ অনুবাদ কৰা হৈছে তাক চোৱা৷

ঈশ্বৰে সৈতে কথা হৈছিল

“কথা” এই শব্দটো মানুহে নিজৰ মাজত কথা হোৱাৰ দৰে একে অৰ্থত বুজোৱা হব লাগে৷ ঈশ্বৰে হয়তো তেওঁবিলাকৰ সৈতে কথা হোৱাৰ সময়ত মানুহৰ দৰে শৰীৰ গ্ৰহণ কৰিছিল, কিয়নো সেই শাস্ত্ৰাশংটিয়ে সন্মূখা-সন্মূখি কৈ কথা হোৱা বুজাইছে৷

লাজ

আমি যেতিয়া পাপী বুলি যি অনুভৱ আহে বা কোনো প্ৰকাৰে আমি অনুভৱ কৰো।

অনুবাদৰ শব্দসমূহ